Hriday Ek Bigyapan cover art

Hriday Ek Bigyapan

Preview
LIMITED TIME OFFER

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Hriday Ek Bigyapan

By: অনুৰাধা শৰ্মা পূজাৰী
Narrated by: Melody Patgiri
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £12.09

Buy Now for £12.09

ভাস্বতী, এডকন ক্ৰিয়েটিভ নামৰ এডভাৰটাইজিং কোম্পানীৰ নতুন কৰ্মচাৰী। ব্যস্ত জীৱন এটা বিচাৰি ভাস্বতীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও বিজ্ঞাপন জগতখনৰ বিষয়ে ভাস্বতীৰ জ্ঞান আছিল একেবাৰে নগন্য। কিন্তু তাত ভৰি দিয়াৰ পিছত তাই যেন এখন নতুন জগতত খোজ পলালে। এখন নতুন পৃথিৱী, যিখন পৃথিৱীৰ নগ্ন ছবিয়ে কেতিয়াবা ভাস্বতীক অস্বস্তিকৰ পৰিবেশত পেলাই দিয়ে। ইফালে তাইৰ প্ৰিয় পুৰুষ প্ৰয়াগ। তাইৰ স্বামী প্ৰয়াগ যেন সলনি হৈছে দিনে দিনে। কি হৈছে কিয় হৈছে সকলো বুজি উঠে ভাস্বতীয়ে। অভিমান হয় মুহূৰ্তৰ বাবে। কিন্তু পুনৰ সম্ভালি লয় নিজক। এইখন জগততে তাই লগ পাই মায়াক, যিয়ে পেটৰ ভাত মুঠিৰ বাবে কেতিয়াবা নিজৰ ডিঙিয়ে মুখে লৈ আহিব লগা হয় কোনো কামুক বুঢ়াৰ নৃশংস চিন। লগ পাই মহুৱাক, যাৰ বিষয়ে সকলোৱে কয় চৰিত্ৰহীন বুলি। অথচ আছিল জানো মহুৱা চৰিত্ৰহীন? আৰু চিন্ময়..। চিন্ময়ৰ প্ৰতি ভাস্বতীয়ে অনুভৱ কৰিছিল নেকি কোনো এক পলত দুৰ্বলতা? কি হ'ল ভাস্বতী আৰু প্ৰয়াগৰ? জীৱনৰ প্ৰতিটো কথা জানোঁ বিজ্ঞাপন হয়? হৃদয়ৰ বিজ্ঞাপন দিব পাৰে নে? এই সকলোখিনি জানিবলৈ ষ্টৰীটেল যোগে শুনক প্ৰথিতযশা ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস 'হৃদয় এক বিজ্ঞাপন'©2022 Storyside IN (P)2022 Storyside IN Genre Fiction Literary Fiction
adbl_web_anon_alc_button_suppression_t1
No reviews yet